(+91) - 94011 - 83996 / (+91) - 98592 - 61617

Email: dcaghy@gmail.com

emblem

অসম চৰকাৰ

সাংস্কৃতিক সঞ্চালকালয়

ৰবীন্দ্ৰ ভৱন, গুৱাহাটী

Axomiya-Dhol

অসম চৰকাৰৰ এটি অভিলাষী পদক্ষেপ

An initiative by the Govt. of Assam

Jaapi_200_x_200

বিশ্ব অভিলেখ

গঢ়াৰ লক্ষ্যৰে

দহ সহস্ৰাধিক বিহুৱা-বিহুৱতীৰ বিহু নৃত্য পৰিবেশন

New-Bhiuwa-Bihuwati-3

অসম চৰকাৰে ১৪ এপ্ৰিল ২০২৩ তাৰিখে গুৱাহাটীৰ সৰুসজাই খেলপথাৰত সৰ্ববৃহৎ সংখ্যক বিহুৱা-বিহুৱতীৰ দ্বাৰা একেটা স্থানতে একেলগে বিহু নৃত্য পৰিবেশন কৰি বিশ্ব অভিলেখ গঢ়াৰ বাবে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে সমগ্ৰ ৰাজ্যৰে পৰা সংশ্লিষ্ট জিলা উপায়ুক্তসকলে বিশেষজ্ঞ সকলৰ সহযোগত বিহুৱা-বিহুৱতী বাচনি কৰিব। জিলা উপায়ুক্তসকলে বাচনি প্ৰক্ৰিয়াত নিৰ্বাচিত শিল্পীসকলৰ নাম প্ৰয়োজনীয় তথ্য সহিতে www.bihuworldrecord.in ৱেব পৰ্টেলযোগে ২০ মাৰ্চ ২০২৩ তাৰিখৰ ভিতৰত পঞ্জীয়ন কৰিব। নিৰ্বাচিত শিল্পীসকলক ১৪ এপ্ৰিল ২০২৩ তাৰিখে গুৱাহাটীৰ সৰুসজাই খেলপথাৰত আয়োজিত অনুষ্ঠানতত বিহু পৰিবেশনৰ সুযোগ প্ৰদান কৰা হ’ব।

Scroll to Top