পঞ্জিয়ন কৰিবলৈ আপলোড কৰিবলগীয়া নথি-পত্ৰ সমূহ:
(নথি পত্ৰ সমূহ জে. পি. জি (. JPG) ফৰমেটত আপলোড কৰিব লাগিব।)
- ফটো (৫০ কে.বি)
- চহী (২০ কে.বি)
- স্বাস্থ্য সম্পৰ্কীয় ঘোষণা (১০০ কে.বি)
- অভিজ্ঞতাৰ প্ৰমাণ পত্ৰ (১০০ কে.বি)
- আধাৰ/স্কুলীয়া পৰিচয় পত্ৰ (১০০ কে.বি)
- বেংকৰ পাচবুকৰ প্ৰথম পৃষ্ঠা (১০০ কে.বি)
Documents to be uploaded for registration:
(Must be in .JPG file format)
- Photo (50 KB)
- Signature (20 KB)
- Health Related Self Declaration by registrant (100 KB)
- Experience Certificate (100 KB)
- AADHAR Card /School Identity Card (100 KB)
- First Page of Bank Passbook (100 KB)